গুলাব চান্দ কাটাৰিয়া

গুলাব চান্দ কাটাৰিয়া
অসমৰ ২৭তম ৰাজ্যপাল
কাৰ্যকাল
২২ ফেব্ৰুৱাৰী ২০২৩ – ২৯ জুলাই ২০২৪
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
পূৰ্বসূৰী জগদীশ মুখী
বিৰোধী দলপতি, ৰাজস্থান বিধানসভা
কাৰ্যকাল
১৭ জানুৱাৰী ২০১৯ – ১৬ ফেব্ৰুৱাৰী ২০২৩
মুখ্যমন্ত্ৰী অশোক গেহলট
পূৰ্বসূৰী ৰামেশ্বৰ লাল দুদি
উত্তৰসূৰী ৰাজেন্দ্ৰ সিং ৰাথোৰ
কাৰ্যকাল
২১ ফেব্ৰুৱাৰী ২০১৩ – ৯ ডিচেম্বৰ ২০১৩
মুখ্যমন্ত্ৰী অশোক গেহলট
পূৰ্বসূৰী বসুন্ধৰা ৰাজে
উত্তৰসূৰী ৰামেশ্বৰ লাল দুদি
কাৰ্যকাল
২৫ আগষ্ট ২০০২ – ৪ ডিচেম্বৰ ২০০৩
মুখ্যমন্ত্ৰী অশোক গেহলট
পূৰ্বসূৰী ভৈৰোঁ সিং শ্বেখৱট
উত্তৰসূৰী বুলাকি দাস কাল্লা
কেবিনেট মন্ত্ৰী,
ৰাজস্থান চৰকাৰ
কাৰ্যকাল
২০ ডিচেম্বৰ ২০১৩ – ১১ ডিচেম্বৰ ২০১৮
মন্ত্ৰালয়
পদাধিকাৰ
গৃহমন্ত্ৰী ২৮ অক্টোবৰ ২০১৪ - ১১ ডিচেম্বৰ ২০১৮
গ্ৰামোন্নয়ন মন্ত্ৰী ২০ ডিচেম্বৰ ২০১৩ - ২৮ অক্টোবৰ ২০১৪
কাৰ্যকাল
৮ ডিচেম্বৰ ২০০৩ – ১৩ ডিচেম্বৰ ২০০৮
মন্ত্ৰালয়
পদাধিকাৰ
গৃহমন্ত্ৰী ৩১ মে' ২০০৪ - ১৩ ডিচেম্বৰ ২০০৮
লোকনিৰ্মাণ বিভাগ ৮ ডিচেম্বৰ ২০০৩ - ৩০ মে' ২০০৪
কাৰ্যকাল
১৩ ডিচেম্বৰ ১৯৯৩ – ৩০ নৱেম্বৰ ১৯৯৮
মন্ত্ৰালয়
পদাধিকাৰ
প্ৰাথমিক আৰু মাধ্যমিক শিক্ষামন্ত্ৰী ১৩ ডিচেম্বৰ ১৯৯৩ - ৩০ নৱেম্বৰ ১৯৯৮
ৰাজস্থান বিধানসভাৰ সদস্য
কাৰ্যকাল
২০০৩ – ১৬ ফেব্ৰুৱাৰী ২০২৩
পূৰ্বসূৰী ত্ৰিলোক পূৰ্বীয়া
সমষ্টি উদয়পুৰ বিধানসভা সমষ্টি
কাৰ্যকাল
১৯৯৩ – ২০০৩
পূৰ্বসূৰী চগন লাল
উত্তৰসূৰী প্ৰকাশ চৌধাৰী
সমষ্টি বাৰী চাদ্ৰী বিধানসভা সমষ্টি
কাৰ্যকাল
১৯৭৭ – ১৯৮৫
পূৰ্বসূৰী ভানু কুমাৰ শাস্ত্ৰী
উত্তৰসূৰী গিৰিজা ব্যাস
সমষ্টি উদয়পুৰ বিধানসভা সমষ্টি
লোকসভাৰ সদস্য
কাৰ্যকাল
১৯৮৯ – ১৯৯১
পূৰ্বসূৰী ইন্দুবালা সুখদিয়া
উত্তৰসূৰী গিৰিজা ব্যাস
সমষ্টি উদয়পুৰ লোকসভা সমষ্টি
ভাৰতীয় জনতা পাৰ্টি, ৰাজস্থান ৰাজ্যিক গোটৰ অধ্যক্ষ
কাৰ্যকাল
২৭ মে' ১৯৯৯ – ১৯ জুন ২০০০
পূৰ্বসূৰী ৰঘুবীৰ সিং কশাল
উত্তৰসূৰী ভৱৰ লাল শৰ্মা
ব্যক্তিগত তথ্য
জন্ম ১৩ অক্টোবৰ, ১৯৪৪ (৮০ বছৰ)
ৰাজসমণ্ড, ৰাজপুতনা এজেঞ্চি, ব্ৰিটিছ ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী অনিতা কাটাৰিয়া
সন্তান
বাসস্থান ৰাজভৱন, গুৱাহাটী

গুলাব চান্দ কাটাৰিয়া (ইংৰাজী: Gulab Chand Kataria; জন্ম: ১৩ অক্টোবৰ ১৯৪৪) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান পঞ্জাবৰ ৰাজ্যপাল। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে মনোনীত কৰাৰ পিছত ২০২৩ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে তেওঁ অসমৰ ২৭তম ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ২০২৪ চনৰ ২৯ জুলাই তাৰিখে তেওঁ পঞ্জাবৰ ৩০তম ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰে আৰু তেওঁৰ ঠাইত লক্ষ্মণ আচাৰ্যয়ে অসমৰ ৰাজ্যপাল হিচাপে পদভাৰ লাভ কৰে। তেওঁ ২০১৩ চনৰ পৰা ২০১৮ চনলৈ, ২০০৩ চনৰ পৰা ২০০৮ চনলৈ আৰু ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈকে ৰাজস্থান চৰকাৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজস্থানৰ বিজেপিৰ জ্যেষ্ঠ নেতাৰ লগতে দলটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সক্ৰিয় সদস্য।[1] ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈকে উদয়পুৰৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদনত নৱম লোকসভাত প্ৰতিনিধিত্ব কৰিছিল। ২০১৯ চনৰ পৰা ২০২৩, ২০১৩ চনৰ পৰা ২০১৩ চনলৈকে আৰু ২০০২ চনৰ পৰা ২০০৩ চনলৈকে ৰাজস্থান বিধানসভাৰ বিৰোধী দলৰ নেতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৯ চনৰ পৰা ২০০০ চনলৈ তেওঁ ভাৰতীয় জনতা পাৰ্টি, ৰাজস্থান ৰাজ্যিক গোটৰ অধ্যক্ষ আছিল। তদুপৰি তেওঁ ২০০৩ চনৰ পৰা ২০২৩ চনলৈ উদয়পুৰৰ পৰা আৰু ১৯৭৭ চনৰ পৰা ১৯৮৬ চনলৈ আৰু ১৯৯৩ চনৰ পৰা ২০০৩ চনলৈ বাৰী চাদ্ৰীৰ পৰা ৰাজস্থান বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2]

প্ৰাৰম্ভিক জীৱন

১৯৪৪ চনৰ ১৩ অক্টোবৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ৰাজপুতনা এজেঞ্চিৰ ৰাজসমণ্ডত গুলাব চান্দ কাটাৰিয়াৰ জন্ম হৈছিল।[3] তেওঁ অনিতা কাটাৰিয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ ৫ গৰাকী কন্যা সন্তান আছে।[4]

ৰাজনৈতিক জীৱন

কাটাৰিয়াই ২০০৪ চনৰ পৰা ২০০৮ চনলৈ আৰু পুনৰ ২০১৪ চনৰ পৰা ২০১৮ চনলৈকে ৰাজস্থানৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[5] ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈকে ভৈৰোঁ সিং শ্বেখাৱট চৰকাৰত শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা কাটাৰিয়াই ১৯৯৩ চনৰ পৰা ২০০৩ চনলৈ বাৰী চাদ্ৰীৰ বিধায়ক আছিল।

ৰাজনৈতিক পদ

বিভাগীয় পদবী

ক্ৰমিক নং পদবী বিভাগ চৰকাৰ বা বিধানসভা কাৰ্যকাল
১. সদস্য অনুমান সমিতি ৰাজস্থান বিধানসভা ১৯৮০ - ১৯৮১
২. সদস্য অনুমান সমিতি (ক) ৰাজস্থান বিধানসভা ১৯৮১ - ১৯৮৫
৩. সদস্য দাখিল কৰা দস্তাৱেজৰ সমিতি লোকসভা ১৯৯০
৪. সদস্য কৃষি সমিতি লোকসভা ১৯৯০
৫. মন্ত্ৰী প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা আৰু ভাষা ৰাজস্থান চৰকাৰ ১৯৯৩ - ১৯৯৮
৬. মন্ত্ৰী সংস্কৃত শিক্ষা, ভাষিক সংখ্যালঘু, ভাষা (ভাষা বিভাগ), দেৱস্থান ৰাজস্থান চৰকাৰ ১৯৯৩ - ১৯৯৮
৭. অধ্যক্ষ ৰাজহুৱা হিচাপ সমিতি ৰাজস্থান বিধানসভা ১৯৯৯ - ২০০০
৮. সদস্য গৃহকমিটি ৰাজস্থান বিধানসভা ১৯৯৯ - ২০০০
৯. বিধায়ক বিৰোধী দলৰ নেতা ৰাজস্থান বিধানসভা ২০০২ - ২০০৩
১০. মন্ত্ৰী গৃহ আৰু লোকনিৰ্মাণ বিভাগ ৰাজস্থান চৰকাৰ ২০০৪
১১. মন্ত্ৰী গৃহ ৰাজস্থান চৰকাৰ ২০০৪ - ২০০৮
১২. মন্ত্ৰী গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ ৰাজস্থান চৰকাৰ ২০১৩
১৩. মন্ত্ৰী গৃহ ৰাজস্থান চৰকাৰ ২০১৩ - ২০১৮
১৪. বিধায়ক বিৰোধী দলৰ নেতা ৰাজস্থান বিধানসভা ২০১৮ - ১৬ ফেব্ৰুৱাৰী ২০২৩[6]
১৫. অসমৰ ৰাজ্যপাল ৰাজ্যপাল অসম ফেব্ৰুৱাৰী ২০২৩- বৰ্তমানলৈ

নিৰ্বাচন

ক্ৰমিক নং বিধানসভা/লোকসভা পদ কাৰ্যকাল দল
১. ষষ্ঠ ৰাজস্থান বিধানসভা বিধায়ক ১৯৭৭ - ১৯৮০ জনতা পাৰ্টি
২. সপ্তম ৰাজস্থান বিধানসভা বিধায়ক ১৯৮০ - ১৯৮৫ ভাৰতীয় জনতা পাৰ্টি
৩. নৱম লোকসভা সাংসদ ১৯৮৯ - ১৯৯১ ভাৰতীয় জনতা পাৰ্টি
৪. দশম ৰাজস্থান বিধানসভা বিধায়ক ১৯৯৩ - ১৯৯৮ চন ভাৰতীয় জনতা পাৰ্টি
৫. একাদশ ৰাজস্থান বিধানসভা বিধায়ক ১৯৯৮ - ২০০৩ ভাৰতীয় জনতা পাৰ্টি
৬. দ্বাদশ ৰাজস্থান বিধানসভা বিধায়ক ২০০৩ - ২০০৮ ভাৰতীয় জনতা পাৰ্টি
৭. ত্ৰয়োদশ ৰাজস্থান বিধানসভা বিধায়ক ২০০৮ - ২০১৩ ভাৰতীয় জনতা পাৰ্টি
৮. চতুৰ্দশ ৰাজস্থান বিধানসভা বিধায়ক ২০১৩ - ২০১৮ ভাৰতীয় জনতা পাৰ্টি
৯. পঞ্চদশ ৰাজস্থান বিধানসভা' বিধায়ক ২০১৮-১৬ ফেব্ৰুৱাৰী ২০২৩[7] ভাৰতীয় জনতা পাৰ্টি

দলীয় পদবী

ক্ৰমিক নং। পদবী কাৰ্যকাল সংস্থা দল
১. উপ-সভাপতি আৰু সাধাৰণ সম্পাদক ১৯৭৭ - ১৯৮০ জনতা যুৱ মৰ্চা জনতা পাৰ্টি
২. সম্পাদক ১৯৮০ - ১৯৮৫ ৰাজস্থান ভাৰতীয় জনতা পাৰ্টি ভাৰতীয় জনতা পাৰ্টি
৩. সাধাৰণ সম্পাদক ১৯৮৬ - ১৯৯৩ চন ৰাজস্থান ভাৰতীয় জনতা পাৰ্টি ভাৰতীয় জনতা পাৰ্টি
৪. অধ্যক্ষ ১৯৯৯ - ২০০০ ৰাজস্থান ভাৰতীয় জনতা পাৰ্টি ভাৰতীয় জনতা পাৰ্টি

তথ্য উৎস

  1. "Sheikh fake encounter case: CBI books BJP leader Gulab Chand Kataria | India News - Times of India" (en ভাষাত). The Times of India. May 14, 2013. https://timesofindia.indiatimes.com/india/sheikh-fake-encounter-case-cbi-books-bjp-leader-gulab-chand-kataria/articleshow/20050548.cms। আহৰণ কৰা হৈছে: 2021-05-13. 
  2. "Leader of the Opposition Rajasthan Legislative Assembly". Rajasthan Legislative Assembly. https://rajassembly.nic.in/GCKataria.aspx। আহৰণ কৰা হৈছে: 11 October 2021. 
  3. "Kataria shift nudges caste equation" (en ভাষাত). Hindustan Times. 2003-11-07. https://www.hindustantimes.com/india/kataria-shift-nudges-caste-equation/story-Mv0lJx4NNI1mpd5MlgqS0L.html। আহৰণ কৰা হৈছে: 2021-05-13. 
  4. Khan, Mohammad Hamza (20 June 2016). "Not many are surprised over Rajasthan minister Kataria's 'sa** Manmohan' remark". The Indian Express. Archived from the original on 21 July 2018. https://archive.today/20180721205804/https://indianexpress.com/article/explained/not-many-are-surprised-over-rajasthan-home-minister-gulab-chand-katarias-sa-manmohan-remark-2864416/। আহৰণ কৰা হৈছে: 21 July 2018. 
  5. Wadhawan, Dev Ankur (March 27, 2017). "Rajasthan: Congress seeks home minister's resignation over comments in Bikaner gangrape case" (en ভাষাত). India Today. https://www.indiatoday.in/india/story/bikaner-gangrape-congress-sachin-pilot-rajasthan-home-minister-gulab-chand-kataria-967946-2017-03-27। আহৰণ কৰা হৈছে: 2021-05-13. 
  6. "Resignation from the membership of the Legislative Assembly". Zoom News. https://www.zoomnews.in/en/news-detail/leader-of-opposition-gulab-chand-kataria-resigns-from-the-membership-of-the-legislative-assembly.html। আহৰণ কৰা হৈছে: 16 February 2023. 
  7. "Resignation from the membership of the Legislative Assembly". Zoom News. https://www.zoomnews.in/en/news-detail/leader-of-opposition-gulab-chand-kataria-resigns-from-the-membership-of-the-legislative-assembly.html। আহৰণ কৰা হৈছে: 16 February 2023. 

বাহ্যিক সংযোগ

Read other articles:

Diario de SevillaTipo periódicoPaís EspañaSede SevillaFundación 1826Fin de publicación 1831Idioma castellanoISSN 2174-9620[editar datos en Wikidata] El Diario de Sevilla fue un periódico publicado en Sevilla entre 1826 y 1831, durante la Década Ominosa. Historia El periódico, que usó el lema en latín «Terra dabit merces daque divitias» era editado en Sevilla, siendo impreso en la imprenta de María del Carmen Padrino.[1]​ Su primer número apareció el 1 de diciemb...

 

Pour les articles homonymes, voir Puente la Reina. Puente la Reina - GaresNoms officiels (es) Puente la Reina (depuis 1991)(eu) Gares (depuis 1991)Nom local (eu) GaresGéographiePays  EspagneComarque Izarbeibar-Novenera (d)Merindades Mérindade de PampeluneCommunauté forale NavarrePartie de Intermunicipalité des services sociaux de base et sportifs de la Vallée d'Izarbe (d), Intermunicipalité de la Vallée d'Izarbe (d), Zone mixte de NavarreBaigné par ArgaSuperficie 3...

 

1961 studio album by Freddie HubbardHub CapStudio album by Freddie HubbardReleasedOctober 1961[1]RecordedApril 9, 1961StudioVan Gelder Studio, Englewood Cliffs, NJGenreJazzLength42:21LabelBlue NoteBST 84073ProducerAlfred LionFreddie Hubbard chronology Goin' Up(1960) Hub Cap(1961) Ready for Freddie(1962) Professional ratingsReview scoresSourceRatingAllMusic[2]The Penguin Guide to Jazz Recordings[3] Hub Cap is an album by trumpeter Freddie Hubbard and was release...

 Nota: Este artigo é sobre o filme com Glenn Close. Para o desenho animado de 1961, veja One Hundred and One Dalmatians. 101 Dalmatians 101 DálmatasPôster oficial de lançamento No Brasil Os 101 Dálmatas - O Filme[1] Em Portugal 101 Dalmatas - Desta Vez a Magia É Real[2]  Estados Unidos1996 •  cor •  103[3] min  Gênero aventuracomédiainfantil Direção Stephen Herek Produção John HughesRicardo Mestres Produção executiva Edward S. FeldmanBill Ryan Ro...

 

Dieser Artikel beschreibt die Kriegsschule in Deutschland. Für die Kriegsschule in Österreich-Ungarn siehe k.u.k. Kriegsschule. Kriegsschule am Waterlooplatz in Hannover, links um 1896, rechts 2007 (nur noch mit Erdgeschoss infolge von Bombenangriffen im Zweiten Weltkrieg) Kriegsschule Danzig Die ehemalige königliche Kriegsschule in Potsdam auf dem Brauhausberg, bis 2014 Landtag des Bundeslandes Brandenburg, Luftbild 2008 Kriegsschule Kaunas, Vorlesung, 1925 Kriegsschulen waren militärisc...

 

Historic commercial building in Manhattan, New York United States historic placeOld New York Evening Post BuildingU.S. National Register of Historic PlacesNew York City Landmark Old New York Evening Post Building in Manhattan, 2012Show map of Lower ManhattanShow map of New YorkShow map of the United StatesLocation20 Vesey Street,Manhattan, New York CityCoordinates40°42′43″N 74°0′36″W / 40.71194°N 74.01000°W / 40.71194; -74.01000Built1906-07ArchitectRobert D...

John Bunzl im Café Prückel (2015) John Bunzl (* 27. April 1945 in London; † 22. März 2022[1] in Wien) war ein österreichischer Politikwissenschaftler und Nahostexperte sowie Soziologe. Er war Senior Fellow des Österreichischen Instituts für Internationale Politik (oiip). Inhaltsverzeichnis 1 Leben 2 Werke (Auswahl) 3 Auszeichnungen 4 Weblinks 5 Einzelnachweise Leben Bunzl entstammte einer jüdisch-österreichischen Industriellenfamilie. Kurz nach seiner Geburt im englischen Ex...

 

Airport in Egypt This article uses bare URLs, which are uninformative and vulnerable to link rot. Please consider converting them to full citations to ensure the article remains verifiable and maintains a consistent citation style. Several templates and tools are available to assist in formatting, such as reFill (documentation) and Citation bot (documentation). (August 2022) (Learn how and when to remove this template message) Sohag International Airport (SIA)مطار سوهاج الدوليI...

 

قرية حجر أبو غانم  - قرية -  تقسيم إداري البلد  اليمن المحافظة محافظة المحويت المديرية مديرية الطويلة العزلة عزلة بني الذولاني السكان التعداد السكاني 2004 السكان 102   • الذكور 57   • الإناث 45   • عدد الأسر 14   • عدد المساكن 13 معلومات أخرى التوقيت توقيت الي...

This article is about the Saint of Constantinople. For other uses, see Saint Laura (disambiguation). Saint Laura of ConstantinopleBorn1400Constantinople, Byzantine Empire(modern-day İstanbul, Turkey)Died29 May 1453Venerated inCatholic ChurchFeast29 May Saint Laura of Constantinople (died 1453) was a Christian who lived in Constantinople during the 15th century. She was born in Greece into a noble family: her father was a Latin knight named Michael and her mother was Albanian. Her name w...

 

Ганноверський університет імені Готфріда Вільгельма ЛейбніцаLUH, LUH і Leibniz Universität Hannover 52°22′56″ пн. ш. 9°43′04″ сх. д. / 52.3822222222500002° пн. ш. 9.717777777805556738° сх. д. / 52.3822222222500002; 9.717777777805556738Координати: 52°22′56″ пн. ш. 9°43′04″ сх. д. / ...

 

この記事は検証可能な参考文献や出典が全く示されていないか、不十分です。出典を追加して記事の信頼性向上にご協力ください。(このテンプレートの使い方)出典検索?: 塩谷正義 代官 – ニュース · 書籍 · スカラー · CiNii · J-STAGE · NDL · dlib.jp · ジャパンサーチ · TWL(2021年5月) 出典は列挙するだけでなく、脚注など...

Hendrikus ColijnFoto Colijn pada tahun 1925Perdana Menteri BelandaMasa jabatan26 Mei 1933 – 10 Agustus 1939Penguasa monarkiWilhelminaPendahuluCharles Ruijs de BeerenbrouckPenggantiDirk Jan de GeerMasa jabatan4 Agustus 1925 – 8 Maret 1926Penguasa monarkiWilhelminaPendahuluCharles Ruijs de BeerenbrouckPenggantiDirk Jan de GeerMenteri Urusan Luar NegeriMasa jabatan24 Juni 1937 – 1 Oktober 1937 Ad interimPerdana Menteridirinya sendiriPendahuluAndries Cornelis Dirk...

 

Season of television series BattleBotsSeason 10Country of originUnited StatesNo. of episodes14ReleaseOriginal networkDiscoveryOriginal releaseDecember 3, 2020 (2020-12-03) –March 11, 2021 (2021-03-11)Season chronology← PreviousSeason 9Next →Season 11List of episodes The tenth season of the American competitive television series BattleBots premiered on Discovery Channel on December 3, 2020, after being delayed due to the COVID-19 pandemic.[1] This is the ...

 

Describes limiting behavior of a function Example of Big O notation: f ( x ) = O ( g ( x ) ) {\displaystyle {\color {red}f(x)}=O{\color {blue}(g(x))}} as x → ∞ {\displaystyle x\to \infty } since there exists M > 0 {\displaystyle M>0} (e.g., M = 1 {\displaystyle M=1} ) and x 0 {\displaystyle x_{0}} (e.g., x 0 = 5 {\displaystyle x_{0}=5} ) such that 0 ≤ f ( x ) ≤ M g ( x ) {\displaystyle 0\leq {\color {red}f(x)}\leq M{\color {blue}g(x)}} whenever x ≥ x 0...

British politician Captain The Right HonourableFrederick BellengerMPSecretary of State for WarIn office4 October 1946 – 7 October 1947MonarchGeorge VIPrime MinisterClement AttleePreceded byJack LawsonSucceeded byManny ShinwellMember of Parliament for BassetlawIn office14 November 1935 – 11 May 1968Preceded byMalcolm MacDonaldSucceeded byJoe Ashton Personal detailsBorn23 July 1894 (1894-07-23)Bethnal Green, LondonDied11 May 1968 (1968-05-12) (aged 73)Kensin...

 

Community in Gwynedd, Wales Human settlement in WalesFfestiniogBlaenau FfestiniogFfestiniogLocation within GwyneddArea56.99 km2 (22.00 sq mi)Population4,875 (2011)• Density86/km2 (220/sq mi)OS grid referenceSH705455CommunityFfestiniogPrincipal areaGwyneddPreserved countyGwyneddCountryWalesSovereign stateUnited KingdomPost townBLAENAU FFESTINIOGPostcode districtLL41Dialling code01766PoliceNorth WalesFireNorth WalesAmbulanceWels...

 

American racecar driver For other people with the same name, see Robert Allison. NASCAR driver Bobby AllisonAllison at Martinsville Speedway in 2022BornRobert Arthur Allison (1937-12-03) December 3, 1937 (age 86)Miami, Florida, U.S.[1]Achievements1983 Winston Cup Series Champion1980 IROC Champion1978, 1982, 1988 Daytona 500 Winner1971, 1972, 1975, 1983 Southern 500 Winner1971, 1981 1984 World 600 Winner1979, 1981, 1986 Winston 500 Winner1982 Busch Clash winnerAwards1971–1973, 1...

Tyne and Wear Metro station in North Tyneside Hadrian RoadTyne and Wear Metro stationGeneral informationLocationWallsend, North TynesideEnglandCoordinates54°59′32″N 1°30′57″W / 54.9922694°N 1.5159676°W / 54.9922694; -1.5159676Grid referenceNZ310665Transit authorityTyne and Wear PTEPlatforms2Tracks2ConstructionBicycle facilities4 cycle podsAccessibleStep-free access to platformOther informationStation codeHDRFare zoneBHistoryOriginal companyTyne and Wear Met...

 

Joseph Ducreux: Porträt Ludwigs XVI. Pastellmalerei, entstanden wenige Tage vor seiner Hinrichtung.[1]Ludwigs Unterschrift: Ludwig XVI., französisch Louis XVI (* 23. August 1754 in Schloss Versailles als Prinz Ludwig-August von Frankreich, Herzog von Berry; französisch Prince Louis-Auguste de France, duc de Berry; † 21. Januar 1793 in Paris) aus dem Haus Bourbon wurde nach dem Tode seines Vaters 1765 Dauphin und nach dem seines Großvaters 1774 König von Frankreich und Navarra. ...

 

Strategi Solo vs Squad di Free Fire: Cara Menang Mudah!